About Us

ডিজিটেল তিনিচুকীয়া ডট ইন (WWW.DIGITALTINSUKIA.IN) হৈছে সকলোৰে সুবিধা হোৱাকৈ আৰু সহজতে অনলাইনত উপলব্ধ কৰিব পৰা এটা ই-মাধ্যম/সমল। সমূহ অসমবাসী ৰাইজৰ অতিকৈ আপোন ৰঙালী বিহু ২০২০ চনৰ ১ এপ্ৰিল তাৰিখে ই-মাধ্যমটো পোন-প্ৰথমবাৰৰ বাবে নিজা প্ৰচেষ্টাৰে মুকলি কৰা হৈছে। ই-মাধ্যমত আপুনিও আপোনাৰ নিজে লেখা লেখনি প্ৰকাশ কৰিব খুজিলে আমাৰ ই-মেইল ঠিকনা ( digitaltinsukia.in@gmail.com ) লেখা পঠাব পাৰে। ধন্যবাদেৰে…
Website Stats
Posts
Comments