State Symbols of Assam |
State Symbols of Assam
The Official State symbols represent the cultural heritage and natural treasures of Assam.
The following are the accredited State symbols of Assam:
Category |
অসমীয়াত |
---|---|
State Song | অ মোৰ আপোনাৰ দেশ |
State Motto | জয় আই অসম |
State Seal | অসম চৰকাৰ |
State Language | অসমীয়া |
State Literary Society | অসম সাহিত্য সভা |
State Festival | বিহু |
State Dance | বিহু নাচ |
State Flower | কপৌ ফুল |
State Tree | হোলোং গছ |
State Animal | গড় |
State Bird | দেওঁ হাঁহ |
FAQs: State symbols of Assam
- অসমৰ জাতীয় সংগীত কি ?
: জাতীয় সংগীত হল অ’ মোৰ আপোনাৰ দেশ
- অসমৰ জাতীয় শ্লোগান কি ?
: অসমৰ জাতীয় শ্লোগান হল জয় আই অসম
- অসমৰ ৰাজ্যিক মোহৰ কি ?
: অসমৰ ৰাজ্যিক মোহৰ হল অসম চৰকাৰ
- অসমৰ ৰাজ্যিক ভাষা কি ?
: অসমৰ ৰাজ্যিক ভাষা হল অসমীয়া
- অসমৰ ৰাজ্যিক সাহিত্য সভা কি ?
: অসমৰ ৰাজ্যিক সাহিত্য সভা হল অসম সাহিত্য সভা
- অসমৰ জাতীয় উৎসৱ কি ?
: অসমৰ জাতীয় উৎসৱ হল বিহু
- অসমৰ জাতীয় নৃত্য কি ?
: অসমৰ জাতীয় নৃত্য হল বিহু নৃত্য
: অসমৰ জাতীয় ফুল হল কপৌ ফুল
- অসমৰ জাতীয় গছ কি ?
: অসমৰ জাতীয় গছ হোলোং
- অসমৰ জাতীয় জন্তু কি ?
: অসমৰ জাতীয় জন্তু হল এশিঙীয়া গঁড়
- অসমৰ জাতীয় পক্ষী কি ?
: অসমৰ জাতীয় পক্ষী হল দেওহাঁহ
References: www.assam.gov.in
Conclusion
💖 I this post i have made a post State Symbols of Assam. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section