বিয়া পাৰ্টী - অসমীয়া কৌতুক - অসমীয়া ফুচুৰী - হাঁহিৰ খোৰাক
এবাৰ কনটিলৌ এজন বেপাৰীৰ বিয়া
খাবলৈ গৈছিল-
যিটো বিবাহ ভৱনত বিবাহ অনুস্থিত
হৈছিল তাত দুখন দর্জা
আছিল।
.
এখনত লিখা আছিল- ‘সম্পর্কীয়ৰ বাবে’
আৰু আনখনত
‘বন্ধু-বান্ধৱীৰ বাবে’
.
কনটিলৌয়ে ‘বন্ধু-বান্ধৱীৰ বাবে’ লিখা
খনেৰে ভিতৰত
সোমাল।
.
অলপ আগত গৈ কনটিলৌয়ে আৰু দুখন দর্জা
পালে।
.
এখনত লিখা আছিল- ‘মহিলাৰ বাবে’
আৰু আনখনত ‘পুৰুষৰ
বাবে’
.
কনটিলৌয়ে ‘পুৰুষৰ বাবে’ লিখা খনেৰে
ভিতৰত সোমাল।
.
তাৰপাছত আৰু অলপ আগত গৈ কনটিলৌয়ে আৰু
দুখন দর্জা
পালে।
.
এখনত লিখা আছিল- ‘উপহাৰ লৈ অহা
সকলৰ বাবে’ আৰু
আনখনত ‘উপহাৰ ননা সকলৰ বাবে’
.
কনটিলৌয়ে ‘উপহাৰ ননা সকলৰ বাবে’ লিখা
খনেৰে ভিতৰত
সোমাল।
.
.কনটিলৌয়ে গম পোৱা নাছিল সেই খন
বাহিৰলৈ ওলাই যোৱা দজা আছিল...!
তাৰপাছত আমাৰ কনটিলৌয়ে দেখিলে যে
সি বাহিৰৰ গলি এটাত
থিয় হৈ আছে.!
আৰু তাত লিখা আছিল-
.
.
“লাজ লগা নাই!! বিয়াত ফ্রি তে
মাংস-ভাত খাৱ
আহিছ?
যা যা, বতাহ খা গৈ..!!
Conclusion
💖 I this post i have made a post বিয়া পাৰ্টী - অসমীয়া কৌতুক - অসমীয়া ফুচুৰী - হাঁহিৰ খোৰাক. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section