গীত - দুহাততে দিছা মোক ফুল |
হু.. হু.. হু.. হু..
হু.. হুহু.. হু..
দুহাততে দিছা মোক ফুল
ভাষা নাই মোৰ অ' লগৰী
জীৱনত দিছা শুভাশীষ
পাহি মেলি যেন ফুলিবলৈ
পাহি মেলি যেন ফুলিবলৈ...
বৰ ভাল লগা গভীৰ মৰম
অৰ্থময় হওঁক এধানি জীৱন
দিছাহি বাতৰি শিহৰণ আছে
দিছাহি বাতৰি বহু ৰং আছে...
মোহনীয়া জোনাকী মৰম
কি যে অপৰূপ হৃদয়ৰে
কি যে অপৰূপ হৃদয়ৰে...
মই এটি জুৰি বনৰে বুকুত
বৈ যাব খোজো সাগৰ ধিয়াই
মই এটি জুৰি বনৰে বুকুত
বৈ যাব খোজো সাগৰ ধিয়াই
কত জান জুৰি বাটতে হেৰায়
কত ফুল কলি নুফুলি শুকায়
মোহনীয়া জোনাকী মৰম
কি যে অপৰূপ হৃদয়ৰে
কি যে অপৰূপ হৃদয়ৰে...
দুহাততে দিছা মোক ফুল
ভাষা নাই মোৰ অ' উলগৰে
ভাষা নাই মোৰ অ' উলগৰে...|
গীতটো শুনিব বিচাৰেনে
Duhatote - Shaswati Goswami | Love Romantic Mashup | LDM
Conclusion
💖 I this post i have made a post দুহাততে দিছা মোক ফুল গীতৰ কলি. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section