সোণাৰু গছৰ ঔষধি গুণ

সোণাৰু গছৰ ঔষধি গুণ অৰ্শ : 40 গ্ৰাম শিপা 400 মিলিগ্ৰাম পানীত উতলাই লৈ যেতিয়া তাৰ পানী ৰঙা হয় , তেতিয়া সন্ধ্যা নিমখ 6 গ্ৰাম আৰু 20 গ্ৰাম ঘিউ মিহলাই খাব । তেনেকৈ 1 সপ্তাহ খালেই অৰ্শ ঠিক হৈ যায় ।। কৌষ্ঠকাঠিন্য ,গাঁঠিবিষ :
সোণাৰু গছৰ ঔষধি গুণ
সোণাৰু গছৰ ঔষধি গুণ

সোণাৰু গছৰ ঔষধি গুণ

অৰ্শ : 40 গ্ৰাম শিপা 400 মিলিগ্ৰাম পানীত উতলাই লৈ যেতিয়া তাৰ পানী ৰঙা হয় , তেতিয়া সন্ধ্যা নিমখ 6 গ্ৰাম আৰু 20 গ্ৰাম ঘিউ মিহলাই খাব । তেনেকৈ 1 সপ্তাহ খালেই অৰ্শ ঠিক হৈ যায় ।।
খৰ খজুৱতি : পাত পতাত পিছি লৈ খৰ খজুৱতি হোৱা ঠাইত লগাওঁক ।।
মুখৰ ঘা : কোমল পাত চোবাই খাওক ।
কাহ : পাত পানীত উতলাই মৌ মিহলাই খাওক ।
কৌষ্ঠকাঠিন্য :ইয়াৰ ফলৰ গুটি 5 গ্ৰাম চেনিৰ লগত দিনত এবাৰ খালে কৌষ্ঠকাঠিন্য ঠিক হয় ।
গাঁঠিবিষ : 2 তা পাত ঘিউৰ লগত ভাজি 1 মাহ খাব লাগে ।।
খোনা বা বকৰা :ফলৰ গুটি ধনীয়াৰ লগত পিছি লৈ পানীত মিহলাই লৈ এক মাহ দৈনিক কুলি কুলি কৰক ।
ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post সোণাৰু গছৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.