সময় তাকৰ
হৃদয় দেৱালত লিখা আছে
তোমাৰ ভৱিষ্যৎ
জিলমিল শইচ পথাৰ
অলেখ জোনাকী পৰুৱা
কিদৰে পাহৰো তোমাৰ বসন্ত মুখনি
হৃদয়ৰ তুলিকাত অকাঁ
জোনাকী ৰাতিৰ ছবি
আকৌ ভালপোৱা
জীৱন গঢ়া মিঠা ৰ'দ
শুবৰ সময়ত
তুমি দিয়া মিছ্ড কলটো
মিছ্ড কল হৈয়ে ৰ'ল।।
✍🏻 ৰূপালী ডেকা ।
Conclusion
💖 I this post i have made a post শুবৰ সময়ত তুমি দিয়া মিছ্ড কলটো. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Poem ,
অসমীয়া কবিতা ,