বিলাহীৰ ঔষধি গুণ |
বিলাহীৰ ঔষধি গুণ
শীতৰ পাচলি বিলাহী।এই বিলাহীত পোৱা যায় প্রচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, ভিটামিন-ডি, কেলচিয়াম, আইৰণ, পটেচিয়াম, চালফাৰ ও অন্যান্য খনিজ উপাদান। বিলাহীত থাকা ভিটামিন-চি য়ে দাঁত মজবুত কৰে আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগ নিৰাময় কৰে।
ইয়ৰোপৰি স্কার্ভি ৰোগ নিৰাময় ও শিশুৰ শৰীৰৰ বৃদ্ধিত বিলাহীৰ উপাদান বোৰে সহায় কৰে। নিয়মিত দুই-এটি কৰি বিলাহী খালে ৰক্তশূন্যতা ৰোধ হয়, চাল ও মুখৰ সৌন্দৰ্য্য বৃদ্ধি পায়, চালখন সতেজ, কোমল ও উজ্জ্বল হয়। কোষ্ঠকাঠিন্যতা দূৰ হয়। বিলাহী খালে দৃষ্টিশক্তি ভালে থাকে,কুকৰিকনা ৰোগীৰ বাবে ই বৰ উপকাৰী।
ডায়াবেটিচত আক্ৰান্ত ৰোগী সকলেও নিয়মিত বিলাহী খোৱাটো ভাল। ই তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। নিয়মিত বিলাহী খালে ৰক্ত সঞ্চালন ভালে থাকে, উচ্চ ৰক্তচাপৰ সম্ভাৱনা বহু কমি আহে, ফলত হৃদৰোগ ও ষ্ট্ৰক হ্রাস পায়।
বিলাহীত পোৱা যায় লাইকোপিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে পুৰুষৰ প্রষ্টেড আৰু উভয় লিংগৰ হাঁও-ফাঁওৰ কেঞ্চাৰ প্রতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ধন্যবাদ।
ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া । DIGITAL TINSUKIA
Conclusion
💖 I this post i have made a post বিলাহীৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
ঘৰুৱা দিহা ,