অসমৰ বিষয়ে কিছু তথ্য |
ৰাজধানী :-দিছপুৰ
মুঠ মাটি কালি :-78,438 বৰ্গ কিমি.
মুঠ জনসংখ্যা :- (2011চনৰ পিয়ল মতে):- 3,11,69,272.
বিধান সভা আসন :-126
লোকসভা আসন :-14
ৰাজ্য সভা আসন:-7
মুঠ জিলা :- 33
মুঠ গাওঁ:- 26,247
মুঠ গাওঁ পঞ্চায়ত :- 2489. ( বৰ্তমান )
মুঠ মহকুমা :- 78.
জিলা পৰিষদ:- 21.
আঞ্চলিক পঞ্চায়ত:- 185.
গাওঁ পঞ্চায়ত:- 2202.(2011 সমীক্ষা )
ষষ্ঠ অনুসুচি জিলা:- 6.
ব্লক বা মন্ডল :- 219.
মুঠ কৃষি ভূমি:- 39,88,600 .হেক্টৰ.
মুঠ বনাঞ্চল :- 235798.
সাক্ষৰতাৰ হাৰ:-( 2011) 73.18%
প্ৰতি এক হাজাৰজন পুৰুষৰ বিপৰীতে 954 মহিলা
প্ৰধান নদী:- ব্ৰহ্মপুত্ৰ আৰু বৰাক
মুখ্য ভাষা :- অসমীয়া
পৃথিৱীৰ বৃহত্তম নদীদ্বীপ:- মাজুলী
চাৰিসীমা :- পূৱে নাগালেন্ড,মনিপুৰ,ম্যানমাৰ
পশ্চিম :-পশ্চিমবংগ,
উত্তৰ :-ভূটান আৰু অৰুণাচল
দক্ষিণে :-মিজোৰাম , এিপুৰা,বাংলাদেশ আৰু মেঘালয় ।
গ্ৰামাঞ্চলৰ BPL সংখ্যা :-59.43%
সবাতোকৈ বেছি BPL :-75.25 গোৱালপাৰা আৰু ধুবুৰী 75.03%
সবাতোকৈ কম BPL পৰিয়াল :- যোৰহাট 41.00%
ধন্যবাদেৰে। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া। DIGITAL TINSUKIA
Conclusion
💖 I this post i have made a post অসমৰ বিষয়ে কিছু তথ্য. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
আন শিতান ,